ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লম্পট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লম্পট   বিশেষ্য

ଅର୍ଥ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি

ଉଦାହରଣ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই

ସମକକ୍ଷ : কামী, কামুক, বিষয়ী, ভোগী

লম্পট   বিশেষণ

ଅର୍ଥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

ଉଦାହରଣ :

ସମକକ୍ଷ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লুচ্ছা

ଅର୍ଥ : যি ব্যভিচাৰ কৰে

ଉଦାହରଣ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে

ସମକକ୍ଷ : কামী, কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লুচ্ছা