ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লগা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লগা   ক্ৰিয়া

ଅର୍ଥ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

ଉଦାହରଣ : তেওঁ ছবিবোৰ বেৰত লগালে

ସମକକ୍ଷ : আঠা লগা, লেও দিয়া

ଅର୍ଥ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

ଉଦାହରଣ : এই বছৰ আম গছত সোনকালে মল লাগিছে

ଅର୍ଥ : কার্য আদিত ৰত হোৱা

ଉଦାହରଣ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

ସମକକ୍ଷ : ব্যস্ত হোৱা, লাগি থকা

ଅର୍ଥ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

ଉଦାହରଣ : নাওখন নদীৰ পাৰত গৈ লাগিল

ଅର୍ଥ : কোনো কামত অহা

ଉଦାହରଣ : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

ସମକକ୍ଷ : খৰচ হোৱা

ଅର୍ଥ : অনুমানতকৈ বেছি প্রয়োজন হোৱা

ଉଦାହରଣ : এই কামটোত বহুত টকা লাগিছে

ଅର୍ଥ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

ଉଦାହରଣ : মোৰ তেওঁ ্নাহিব যেন লাগিছে

ସମକକ୍ଷ : গম পোৱা, ধাৰণা কৰা

ଅର୍ଥ : কোনো কামত লগা

ଉଦାହରଣ : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

ସମକକ୍ଷ : ৰত হোৱা

ଅର୍ଥ : অনুভৱ হোৱা

ଉଦାହରଣ : মোৰ বহুত ঠাণ্ডা লাগিছে

ସମକକ୍ଷ : অনুভৱ হোৱা

ଅର୍ଥ : কোনো কামত দৃঢ়তাৰে লাগি থকা

ଉଦାହରଣ : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

ସମକକ୍ଷ : লাগি যোৱা

ଅର୍ଥ : কাৰোবাক আঘাত দিয়া

ଉଦାହରଣ : তেওঁ ্মোক পেনৰ নিব লগালে

ଅର୍ଥ : আঘাত বা কষ্ট পোৱা

ଉଦାହରଣ : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

ସମକକ୍ଷ : আঘাত কৰা

ଅର୍ଥ : সম্বন্ধত কিবা হোৱা

ଉଦାହରଣ : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

ଅର୍ଥ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

ଉଦାହରଣ : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

ଅର୍ଥ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

ଉଦାହରଣ : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

ଅର୍ଥ : যি কোনো কামত লাগি আছে

ଉଦାହରଣ : তেওঁ কৃষি কার্যত ্লাগি আছে

ସମକକ୍ଷ : প্রবৃত্ত