ଅର୍ଥ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
ଉଦାହରଣ :
এই বছৰ আম গছত সোনকালে মল লাগিছে
ଅର୍ଥ : কার্য আদিত ৰত হোৱা
ଉଦାହରଣ :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
ସମକକ୍ଷ : ব্যস্ত হোৱা, লাগি থকা
ଅର୍ଥ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
ଉଦାହରଣ :
নাওখন নদীৰ পাৰত গৈ লাগিল
ଅର୍ଥ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
ଉଦାହରଣ :
এই কামটোত বহুত টকা লাগিছে
ଅର୍ଥ : কোনো কামত দৃঢ়তাৰে লাগি থকা
ଉଦାହରଣ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
ସମକକ୍ଷ : লাগি যোৱা
ଅର୍ଥ : কাৰোবাক আঘাত দিয়া
ଉଦାହରଣ :
তেওঁ ্মোক পেনৰ নিব লগালে
ଅର୍ଥ : আঘাত বা কষ্ট পোৱা
ଉଦାହରଣ :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
ସମକକ୍ଷ : আঘাত কৰা
ଅର୍ଥ : সম্বন্ধত কিবা হোৱা
ଉଦାହରଣ :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
ଅର୍ଥ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
ଉଦାହରଣ :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
ଅର୍ଥ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
ଉଦାହରଣ :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল