ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লক্ষণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লক্ষণ   বিশেষ্য

ଅର୍ଥ : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়

ଉଦାହରଣ : টাইফয়ডৰ লক্ষণ যেন লাগিছে

ସମକକ୍ଷ : ৰোগৰ লক্ষণ

ଅର୍ଥ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ଉଦାହରଣ : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

ସମକକ୍ଷ : গুণ

ଅର୍ଥ : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন

ଉଦାହରଣ : মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়

ସମକକ୍ଷ : পূর্বাভাস