ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লʼৰা-ছোৱালী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লʼৰা-ছোৱালী   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ পুত্র বা কন্যা

ଉଦାହରଣ : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

ସମକକ୍ଷ : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, পোৱালি, বেটা-বেটী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

ଅର୍ଥ : কম বয়সীয়া লʼৰা বা ছোৱালী

ଉଦାହରଣ : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

ସମକକ୍ଷ : বাচ্চা, বালক-বালিকা, শিশু, সৰু লʼৰা-ছোৱালী