ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য

ଉଦାହରଣ : মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব

ସମକକ୍ଷ : গমন কৰা, প্রস্থান কৰা, ৰাওনা হোৱা

ଅର୍ଥ : চলাচল কৰাত প্রবৃত্ত কৰা

ଉଦାହରଣ : তেওঁ ্লʼৰাটোৰ হাতত ধৰি গৈ আছে

ଅର୍ଥ : এঠাইৰ পৰা আন এঠাইলৈ যোৱা

ଉଦାହରଣ : শিশুটোৱে থৰক-বৰককৈ খোজ কাঢ়িছে

ସମକକ୍ଷ : খোজ কঢ়া