ଅର୍ଥ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
ଉଦାହରଣ :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
ସମକକ୍ଷ : যোৰ
ଅର୍ଥ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
ଉଦାହରଣ :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
ସମକକ୍ଷ : যোৰ
ଅର୍ଥ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
ଉଦାହରଣ :
তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে