ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
ଉଦାହରଣ : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
ସମକକ୍ଷ : যোজ্য
ଅର୍ଥ : যিয়ে যোৰা দিয়ে বা মিলায়
ଉଦାହରଣ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
ସମକକ୍ଷ : সংযোজক, সমন্বয়ক
ଅର୍ଥ : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
ଉଦାହରଣ : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
ସମକକ୍ଷ : ভূমিসংকট, স্থলসংকট
ଅର୍ଥ : জোৰা লগোৱা বা মিলোৱা
ଉଦାହରଣ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
ସମକକ୍ଷ : সংযোগী, সংযোজক
ଅର୍ଥ : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
ଉଦାହରଣ : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ