ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যুদ্ধবিৰতি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যুদ্ধবিৰতি   বিশেষ্য

ଅର୍ଥ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা

ଉଦାହରଣ : ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল

ସମକକ୍ଷ : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ বিৰাম, যুদ্ধ-বিৰতি

ଅର୍ଥ : যুদ্ধৰত দুটা দলৰ মাজত মাজত নির্ধাৰিত সময়ৰ কাৰণে যুদ্ধ বন্ধ ৰাখিবলৈ কৰা সন্ধি

ଉଦାହରଣ : বিপক্ষই যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰি আক্রমণ কৰিলে

ସମକକ୍ଷ : যুদ্ধবিৰাম