ଅର୍ଥ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা
ଉଦାହରଣ :
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল
ସମକକ୍ଷ : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ-বিৰতি, যুদ্ধবিৰতি