ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বগা সুগন্ধি ফুল ফুলা এবিধ সৰু, জোপোহা উদ্ভিদ
ଉଦାହରଣ : তেওঁ নিজৰ ফুলনিত যুতিফুলো ৰুইছে
ସମକକ୍ଷ : যুতিকা, যুতিফুল
ଅର୍ଥ : এক ধৰণৰ বগা সুগন্ধী ফুল
ଉଦାହରଣ : মালীয়ে ফুলনিৰ পৰা যুতি আৰু অন্য প্রকাৰৰ ফুল আনি ফুলৰ মালা গাঁথিছে
ସମକକ୍ଷ : যুতি
ସଂସ୍ଥାପନ କରନ୍ତୁ