ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বহুত বেছি সময়
ଉଦାହରଣ : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
ଅର୍ଥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ଉଦାହରଣ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
ସମକକ୍ଷ : কাল, দিন
ଅର୍ଥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
ଉଦାହରଣ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
ସମକକ୍ଷ : কাল, সময়
ସଂସ୍ଥାପନ କରନ୍ତୁ