ଅର୍ଥ : যাৰ ৰʼবলৈ বা থাকিবলৈ কোনো নিশ্চিত ঠাই নাই
ଉଦାହରଣ :
ভাৰতত আজিও ভালেমান যাযাবৰ জাতি পোৱা যায়
ଅର୍ଥ : যি বহুত ঘূৰি ফুৰে
ଉଦାହରଣ :
যোগীৰাজ হৰিহৰণদেৱ এজন ভ্রমণশীল সাধু
ସମକକ୍ଷ : ভ্রমণ-প্রেমী, ভ্রমণপ্রিয়, ভ্রমণপ্রেমী, ভ্রমণশীল