ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যাদু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যাদু   বিশেষ্য

ଅର୍ଥ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম

ଉଦାହରଣ : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে

ସମକକ୍ଷ : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, মায়া-জাল

ଅର୍ଥ : দর্শকে ৰহসয্ বুজিব নোৱাৰা এক ধৰণৰ অদ্ভূত খেল

ଉଦାହରଣ : যাদুকৰে যাদুৰে মিঠাই বনাই দিলে

ଅର୍ଥ : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

ଉଦାହରଣ : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

ସମକକ୍ଷ : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু-মন্ত্র, যাদুবিদ্যা