ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
ଉଦାହରଣ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
ସମକକ୍ଷ : জহন্নাম, দোখজ, নর্ক, নৰক
ଅର୍ଥ : যি লোকলৈ মানুহ মৃত্যুৰ পিছত যায়
ଉଦାହରଣ : কোৱা হয় যে নৰক চতুদর্শীৰ দিনা যমলোকৰ দুৱাৰ খোলা থাকে
ସମକକ୍ଷ : মৃত্যুলোক, যমলোক
ସଂସ୍ଥାପନ କରନ୍ତୁ