ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ যথেষ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

যথেষ্ট   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : যিমান লাগে সিমান

ଉଦାହରଣ : এই কুঁ্ৱাৰ পানী কেৱল ্পাঁচ একৰ মাটিৰ জলসিঞ্চনৰ কাৰণে পর্যাপ্ত

ସମକକ୍ଷ : পর্যাপ্ত

যথেষ্ট   বিশেষণ

ଅର୍ଥ : যি পৰিমাণত বেছি

ଉଦାହରଣ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

ସମକକ୍ଷ : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

ଅର୍ଥ : যিমান প্রয়োজন সিমান বা যিমান হʼব লাগে সিমান

ଉଦାହରଣ : এইখিনি আহাৰ চাৰিজনলোকৰ বাবে পর্যাপ্ত

ସମକକ୍ଷ : পর্যাপ্ত