ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ଉଦାହରଣ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ସମକକ୍ଷ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
ଅର୍ଥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
ଅର୍ଥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ଉଦାହରଣ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ସମକକ୍ଷ : ঠিক, সঁ্চা, সত্য
ଅର୍ଥ : যিটো বাস্তৱত আছে বা হৈছে
ଉଦାହରଣ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
ସମକକ୍ଷ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, লৌকিক, সঁ্চা, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ