ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ
ଉଦାହରଣ : তেওঁ মলি চফা কৰিবৰ কাৰণে সদায় চাবোনেৰে গা-ধোৱে
ସମକକ୍ଷ : ছালৰ মলি, মলি
ଅର୍ଥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
ଉଦାହରଣ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
ସମକକ୍ଷ : মল, লেতেৰা
ଅର୍ଥ : কোনো বস্তুৰ গাঢ় মল
ଉଦାହରଣ : তেওঁ চকুত বহুত ময়লা আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ