ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ কান্তি মাৰ গৈছে
ଉଦାହରଣ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
ସମକକ୍ଷ : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত
ଅର୍ଥ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ଉଦାହରଣ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ସମକକ୍ଷ : অন্যমনস্ক, উদাস, বিৰক্ত
ଅର୍ଥ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ଉଦାହରଣ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
ସମକକ୍ଷ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা
ସଂସ୍ଥାପନ କରନ୍ତୁ