ଅର୍ଥ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
ଉଦାହରଣ :
এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
ସମକକ୍ଷ : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, সময়সীমা, ্ধার্য্যসময়
ଅର୍ଥ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
ଉଦାହରଣ :
এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
ସମକକ୍ଷ : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, সময়সীমা, ্কালসীমা