ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দবাখেলৰ কোনো গুটি
ଉଦାହରଣ : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
ଅର୍ଥ : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
ଉଦାହରଣ : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
ଅର୍ଥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
ଅର୍ଥ : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
ଉଦାହରଣ : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
ସମକକ୍ଷ : মচা, মজা
ସଂସ୍ଥାପନ କରନ୍ତୁ