ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ଉଦାହରଣ : সাধুসকল মোহত নপৰে
ସମକକ୍ଷ : মমতা
ଅର୍ଥ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
ଉଦାହରଣ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
ସମକକ୍ଷ : প্রলোভ, লালচ, লালসা, লিপ্সা, লোভ
ସଂସ୍ଥାପନ କରନ୍ତୁ