ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মোনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মোনা   বিশেষ্য

ଅର୍ଥ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ

ଉଦାହରଣ : মোৰ ধনৰ মোনাটো চুৰি হʼল

ସମକକ୍ଷ : জোলোঙা, বেগ

ଅର୍ଥ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ

ଉଦାହରଣ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল

ସମକକ୍ଷ : জোলোঙা

ଅର୍ଥ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়

ଉଦାହରଣ : ককাই ৰচীদবোৰ মোনাত ৰাখে

ସମକକ୍ଷ : বেগ

ଅର୍ଥ : মোনাৰ বস্তু

ଉଦାହରଣ : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে

ସମକକ୍ଷ : বস্তা, বেগ