ଅର୍ଥ : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি
ଉଦାହରଣ :
তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়
ଅର୍ଥ : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা
ଉଦାହରଣ :
তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে
ଅର୍ଥ : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি
ଉଦାହରଣ :
ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ
ସମକକ୍ଷ : খচিত চিত্র