ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মেৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মেৰ   বিশেষ্য

ଅର୍ଥ : ৰছী আদিত থকা পাক

ଉଦାହରଣ : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়

ସମକକ୍ଷ : গোঁঠনি, পাক

ଅର୍ଥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ଉଦାହରଣ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ସମକକ୍ଷ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা

ଅର୍ଥ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে

ଉଦାହରଣ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে

ସମକକ୍ଷ : মেচ

ଅର୍ଥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ଉଦାହରଣ :

ସମକକ୍ଷ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

ଅର୍ଥ : ঘূৰা কার্য ্বা অৱস্থা

ଉଦାହରଣ : এই ৰাস্তাটোত বহুত মেৰ আছে

ସମକକ୍ଷ : ঘেৰ

ଅର୍ଥ : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে

ଉଦାହରଣ : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে