ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ଉଦାହରଣ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ସମକକ୍ଷ : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা
ଅର୍ଥ : মানুহে কোনো কামত অত্যধিক যোগ্যতাৰে কাম কৰি দেখুৱা এক বিশিষ্ট আৰু অসাধাৰণ মানসিক শক্তি বা গুণ
ଉଦାହରଣ : স্বামী বিবেকানন্দ এক অসাধাৰণ প্রতিভা আছিল
ସମକକ୍ଷ : প্রতিভা
ଅର୍ଥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ସମକକ୍ଷ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি
ସଂସ୍ଥାପନ କରନ୍ତୁ