ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
ଉଦାହରଣ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
ସମକକ୍ଷ : জুইশলা, দিয়াচলাই, মেচ বক্স
ଅର୍ଥ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ଉଦାହରଣ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
ସମକକ୍ଷ : মেৰ
ଅର୍ଥ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ଉଦାହରଣ : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
ସଂସ୍ଥାପନ କରନ୍ତୁ