ଅର୍ଥ : আকাশত চাৰিওফালৰ পৰা ঘেৰি ধৰা কʼলা ডাৱৰৰ সমষ্টি
ଉଦାହରଣ :
আকাশত কʼলীয়া মেঘে ছানি ধৰিছে
ସମକକ୍ଷ : কʼলীয়া ডাৱৰ, কʼলীয়া মেঘ, ঘনঘটা, ঘনঘোৰ, মেঘাড়ম্বৰ
ଅର୍ଥ : যি ঋতুত বা মাহত বৰষুণ হয়
ଉଦାହରଣ :
কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
ସମକକ୍ଷ : প্রাবৃষ, বর্ষা, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ