ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মৃত্যু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মৃত্যু   বিশেষ্য

ଅର୍ଥ : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা

ଉଦାହରଣ : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল

ସମକକ୍ଷ : অন্তক, কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, যম, যম-ৰজা, যমৰাজ, শমন

ଅର୍ଥ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ଉଦାହରଣ : তেওঁৰ মৃত্যু অতি ওচৰত

ସମକକ୍ଷ : কাল, মৰণ কাল