ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মূৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মূৰ   বিশেষ্য

ଅର୍ଥ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ

ଉଦାହରଣ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে

ସମକକ୍ଷ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ

ଅର୍ଥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ

ଉଦାହରଣ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল

ସମକକ୍ଷ : আগ, কাষ

ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল

ସମକକ୍ଷ : কাণ, কাষ, কিনাৰ, প্রান্তৰ

ଅର୍ଥ : শৰীৰৰ যি অংশত মগজু থাকে

ଉଦାହରଣ : মোহনৰ মূৰত চুলি নাই

ସମକକ୍ଷ : মাথা, শিৰ

মূৰ   বিশেষণ

ଅର୍ଥ : মগজ সম্বন্ধীয়

ଉଦାହରଣ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল

ସମକକ୍ଷ : মগজু, মস্তিষ্ক