ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মূল্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মূল্য   বিশেষ্য

ଅର୍ଥ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

ଉଦାହରଣ : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

ଅର୍ଥ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

ଉଦାହରଣ :

ସମକକ୍ଷ : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

ଅର୍ଥ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

ଉଦାହରଣ : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

ସମକକ୍ଷ : বিচাৰধাৰা, মূল্যবোধ

ଅର୍ଥ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

ଉଦାହରଣ : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

ସମକକ୍ଷ : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

ଅର୍ଥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

ଉଦାହରଣ : হীৰাৰ মূল্য জহুৰীয়েহে জানে

ସମକକ୍ଷ : দাম