ଅର୍ଥ : মূর্খ ্ হোৱা অৱস্থা
ଉଦାହରଣ :
আনৰ মূর্খত্া চাই নাহাঁহিবা
ସମକକ୍ଷ : অজগৌ, অজ্্গৌ, অহম্মক, অহম্মকতা, নির্বুদ্ধিতা, নির্ব্বোধতা, বুদ্ধিশূন্যতা, বুদ্ধিহীনতা, মূর্খত্া, মূর্খামি, মূর্খালি, মূৰুখতা, মূৰুখমতিতা
ଅର୍ଥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
ସମକକ୍ଷ : অজ্ঞতা, অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা