ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুমূর্ষু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুমূর্ষু   বিশেষণ

ଅର୍ଥ : যি মৃত্যুৰ একেবাৰ ওচৰত আছে

ଉଦାହରଣ : তেওঁ নিজৰ মৃতপ্রায় বৃদ্ধ দেউতাকৰ যথেষ্ট সেৱা কৰি আছে

ସମକକ୍ଷ : মৃতপ্রায়, ্মৰণাসন্ন

ଅର୍ଥ : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে

ଉଦାହରଣ : গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে

ସମକକ୍ଷ : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন

ଅର୍ଥ : যি মৰিবলৈ ধৰিছে বা যাৰ মৰাৰ উপক্রম হৈছে

ଉଦାହରଣ : মুমূর্ষু ব্যক্তিজনে বাৰে-বাৰে নিজৰ লʼৰাটোক মাতি আছে

ସମକକ୍ଷ : মৃত্যুতুল্য, মৰণশীল