ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুঠা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুঠা   বিশেষ্য

ଅର୍ଥ : সূতা, ৰেচম আদিৰ গুচ্চ

ଉଦାହରଣ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব

ସମକକ୍ଷ : মুঠি

ଅର୍ଥ : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ

ଉଦାହରଣ : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে

ସମକକ୍ଷ : আটি, কোছা, পোলা

ଅର୍ଥ : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ

ଉଦାହରଣ : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?

ସମକକ୍ଷ : কোছা, গুচ্ছ