ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুখ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুখ   বিশেষ্য

ଅର୍ଥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ଉଦାହରଣ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

ସମକକ୍ଷ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

ଅର୍ଥ : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

ଉଦାହରଣ : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

ଅର୍ଥ : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

ଉଦାହରଣ : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

ଅର୍ଥ : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

ଉଦାହରଣ : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

ସମକକ୍ଷ : গৰাহ, টেপা, মোকোৰা

ଅର୍ଥ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

ଉଦାହରଣ : এই বটলটোৰ মুখখন বহুত পাতল

ଅର୍ଥ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

ଉଦାହରଣ : মই সাতটা পেটক ভৰাব লাগে

ସମକକ୍ଷ : পেট

ଅର୍ଥ : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

ଉଦାହରଣ : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

ସମକକ୍ଷ : মুখগহ্বৰ

ଅର୍ଥ : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

ଉଦାହରଣ : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে