ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিয়মৰ বান্ধোনৰ পৰা কোনো বিশেষ কাৰণত মুক্ত হোৱা কার্য
ଉଦାହରଣ : আমেৰিকাৰ দাসসকলক মুক্তি দিয়াৰ কৃতিত্ব আব্রাহাম লিংকনক দিয়া হয়
ସମକକ୍ଷ : অব্যাহতি, নিষ্কৃতি
ଅର୍ଥ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
ଉଦାହରଣ : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
ସମକକ୍ଷ : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ
ଅର୍ଥ : মুক্ত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব
ସମକକ୍ଷ : বন্ধনহীনতা
ସଂସ୍ଥାପନ କରନ୍ତୁ