ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মুক্ত হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মুক্ত হোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা

ଉଦାହରଣ : ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে

ସମକକ୍ଷ : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা

ଅର୍ଥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

ଉଦାହରଣ : মাছবোৰ জালৰ পৰা এৰাই গʼল

ସମକକ୍ଷ : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা

ଅର୍ଥ : এৰি দিয়া

ଉଦାହରଣ : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

ସମକକ୍ଷ : ওলোৱা