ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মিয়াদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মিয়াদ   বিশেষ্য

ଅର୍ଥ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

ଉଦାହରଣ : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

ସମକକ୍ଷ : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, ম্যাদ, সময়সীমা, ্ধার্য্যসময়

ଅର୍ଥ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

ଉଦାହରଣ : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

ସମକକ୍ଷ : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, ম্যাদ, সময়সীমা, ্কালসীমা