ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পাতল হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : চিফনৰ কাপোৰ মিহি হয়
ସମକକ୍ଷ : পাতল
ଅର୍ଥ : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
ଉଦାହରଣ : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
ସମକକ୍ଷ : সূক্ষ্ম
ଅର୍ଥ : যাৰ স্থূলতা বা ব্যাস কম
ଉଦାହରଣ : এই কাপোৰখন বৰ পাতল
ଅର୍ଥ : উচ্চ আৰু তীব্র শ্্ব্দ
ଉଦାହରଣ : শীলাৰ মাতটো বহুত মিহি
ସମକକ୍ଷ : মিহি মাত
ଅର୍ଥ : যিটো খহটা নহয়
ଉଦାହରଣ : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
ସମକକ୍ଷ : নিমজ
ଅର୍ଥ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ଉଦାହରଣ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
ସମକକ୍ଷ : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ସଂସ୍ଥାପନ କରନ୍ତୁ