ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মিশ্রণ কৰা বা মিহলোৱা কার্য
ଉଦାହରଣ : খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
ସମକକ୍ଷ : মিহলি
ଅର୍ଥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ଉଦାହରଣ : কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ସମକକ୍ଷ : সংমিশ্রণ
ଅର୍ଥ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
ଉଦାହରଣ : প্রসাদ এবিধ মিশ্রণ
ସମକକ୍ଷ : সংকৰ, সংমিশ্রণ
ସଂସ୍ଥାପନ କରନ୍ତୁ