ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
ଉଦାହରଣ : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
ସମକକ୍ଷ : মিলোৱা, মিহলা, মিহলোৱা
ଅର୍ଥ : মিলা-মিছা থকা ৰং বা ৰং আদিৰ আধাৰত একেধৰণৰ
ଉଦାହରଣ : আমাক এই শাড়ীখনৰ লগত মিলা ব্লাউজ চোলাও লাগিব
ସମକକ୍ଷ : মিল থকা
ସଂସ୍ଥାପନ କରନ୍ତୁ