ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
ଉଦାହରଣ : আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
ଅର୍ଥ : এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
ଉଦାହରଣ : ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
ଅର୍ଥ : অনিশ্চিত কম সময়
ଉଦାହରଣ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
ସମକକ୍ଷ : ক্ষণ, খন্তেক, চেকেণ্ড
ସଂସ୍ଥାପନ କରନ୍ତୁ