ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা
ଉଦାହରଣ : স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়
ସମକକ୍ଷ : মিচন
ଅର୍ଥ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ
ଉଦାହରଣ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে
ସମକକ୍ଷ : মিচন, মিচনাৰী, মিচনেৰী, মিছনাৰী, মিছনেৰী
ଅର୍ଥ : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল
ଉଦାହରଣ : মিছন নিজৰ উদ্দেশ্যত সফল হʼল
ସଂସ୍ଥାପନ କରନ୍ତୁ