ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মাৰাঠী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মাৰাঠী   বিশেষ্য

ଅର୍ଥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

ଉଦାହରଣ : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

ସମକକ୍ଷ : মাৰাঠী ভাষা

ଅର୍ଥ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

ଉଦାହରଣ : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

ସମକକ୍ଷ : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

ଅର୍ଥ : মহাৰাষ্ট্রত থকা বা বসতি কৰা

ଉଦାହରଣ : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

ସମକକ୍ଷ : মহাৰাষ্ট্রী

ଅର୍ଥ : যাৰ মাতৃভাষা মাৰাঠী

ଉଦାହରଣ : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

ଅର୍ଥ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

ଅର୍ଥ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

ଉଦାହରଣ : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে