ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কাৰোবাক হত্যা কৰিছে
ଉଦାହରଣ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ସମକକ୍ଷ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ଅର୍ଥ : মাৰি পেলাব পৰা
ଉଦାହରଣ : তেওঁ ্মাৰণ অস্ত্রৰে বাঘটোক প্রহাৰ কৰিলে
ସମକକ୍ଷ : মাৰণ
ଅର୍ଥ : প্রৱল বিষৰ বেগ আদিক মষিমূৰ কৰি তাক নাশ কৰোতা
ଉଦାହରଣ : তেওঁৰ ্মাৰকস মন্ত্রই গুপ্তাদেৱক মৃত্যৰ মুখৰ পৰা বচালে
ଅର୍ଥ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
ଉଦାହରଣ : এই বিহখিনি মাৰক ঔষধ
ସମକକ୍ଷ : ঘাতক
ସଂସ୍ଥାପନ କରନ୍ତୁ