ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
ଉଦାହରଣ : এমাহত এই কামটো হৈ যাব
ସମକକ୍ଷ : দুইপক্ষ, মাহ
ଅର୍ଥ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
ଉଦାହରଣ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
ସମକକ୍ଷ : ত্রিশ দিন, মাহ
ଅର୍ଥ : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
ଉଦାହରଣ : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
ସମକକ୍ଷ : মঙহ, মাংস
ଅର୍ଥ : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
ଉଦାହରଣ : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
ସଂସ୍ଥାପନ କରନ୍ତୁ