ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মালিক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মালিক   বিশেষ্য

ଅର୍ଥ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি

ଉଦାହରଣ : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল

ଅର୍ଥ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

ଉଦାହରଣ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

ସମକକ୍ଷ : অধিপতি, গৰাকী, স্বামী

ଅର୍ଥ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম

ଉଦାହରଣ : ঈশ্বৰ আৰু আল্লা একেই

ସମକକ୍ଷ : আল্লা, আল্লাহ, খুদা

ଅର୍ଥ : ঘৰৰ মূল মানুহ

ଉଦାହରଣ : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে

ସମକକ୍ଷ : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী