ଅର୍ଥ : যি লিপিত মালায়ালম ভাষা লিখা হয়
ଉଦାହରଣ :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
ସମକକ୍ଷ : মালায়ালম লিপি
ଅର୍ଥ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
ଉଦାହରଣ :
মই মালয়ালম কʼব পাৰোঁ
ସମକକ୍ଷ : মালয়ালম