ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধুনিয়া ফুলৰ এডাল লতা
ଉଦାହରଣ : মোৰ ফুলনিত মালতীও ফুলি আছে
ସମକକ୍ଷ : মধুমালতী
ଅର୍ଥ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
ଉଦାହରଣ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
ସମକକ୍ଷ : নেৱালি, নেৱালী, নৱমল্লিকা
ସଂସ୍ଥାପନ କରନ୍ତୁ