ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মাপক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মাপক   বিশেষ্য

ଅର୍ଥ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়

ଉଦାହରଣ : এইটো এক লিটাৰৰ মাপক

ସମକକ୍ଷ : মাপ, মাপক উপকৰণ

ଅର୍ଥ : ভৰ, আয়তন আদি জোখা একক

ଉଦାହରଣ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে

ସମକକ୍ଷ : মাপ

ଅର୍ଥ : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে

ଉଦାହରଣ : সৰু স্কেল ছয় ইঞ্চিৰ হয়

ସମକକ୍ଷ : ইস্কেল, স্কেল