ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মাপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মাপ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু জোখ বা মাপলোৱা কাম

ଉଦାହରଣ : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল

ସମକକ୍ଷ : জোখ-মাপ, জোখমাপ

ଅର୍ଥ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়

ଉଦାହରଣ : এইটো এক লিটাৰৰ মাপক

ସମକକ୍ଷ : মাপক, মাপক উপকৰণ

ଅର୍ଥ : ভৰ, আয়তন আদি জোখা একক

ଉଦାହରଣ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে

ସମକକ୍ଷ : মাপক

ଅର୍ଥ : জোখ-মাপ কৰা কার্য

ଉଦାହରଣ : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল

ସମକକ୍ଷ : জোখমাপ, নাপ

ଅର୍ଥ : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়

ଉଦାହରଣ : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি

ସମକକ୍ଷ : জোখ, জোখ-মাখ, পৰিমাপ